6901938594

aluronmancha2021@gmail.com

Constitution of ALURON MANCHA (আলোড়ন মঞ্চ)

ভাষা সাহিত্য সংস্কৃতিৰ ঐক্যতান: আমাৰ মাটি আমাৰ ভাষা আমাৰ সংস্কৃতি অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অন্যতম সাৰুৱা ক্ষেত্ৰ তথা নিজ নিজ প্ৰতিভা সমূহ বিকাশৰ এখন ব্যতিক্ৰমী মঞ্চ।

Read Constitution

About Us (আমাৰ বিষয়ে)

ALURON MANCHA (আলোড়ন মঞ্চ)

ভাষা-সাহিত্য-সংস্কৃতি অবিহনে এখন সমাজ অসাৰ। সেই সমাজৰ মূল চালিকাশক্তি ৰূপ নৱপ্ৰজন্মৰ সাহিত্য সংস্কৃতিৰ প্ৰতি থকা আসক্তিখিনি বর্হিজগতক পৰিচয় কৰাই সমাজখনক সর্বাংগসুন্দৰ কৰি তুলাৰ উদ্দেশ্যে ২০২১ চনৰ ২৩ মে' তাৰিখে 'আলোড়ন মঞ্চ'ৰ জন্ম হয়। ২০২১ বৰ্ষৰ কৰোনা মহামাৰীৰ কালন্তুক সময়ত ম্রিয়মান হৈ পৰা সমাজত হোৱাটচাপৰ এটি গ্রুপ হিচাপে মঞ্চখনৰ আৰম্ভ হৈছিল, যাৰ প্ৰাৰম্ভিক নাম “সাহিত্য অনুৰাগী” আছিল যদিও পিছলৈ গ্রুপটিক “আলোড়ন মঞ্চ” নামেৰে অলংকৃত কৰা হয় ।
আলোড়ন মঞ্চৰ সাহিত্য, সাংস্কৃতিক আৰু তৰ্ক আৰু শিক্ষা কোষৰ উদ্যোগত বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰি আহিছে।তাৰে ভিতৰত উল্লেখযোগ্য প্ৰতিযোগিতাসমূহ হ'ল -বিষ্ণু ৰাভা দিৱসৰ ৰাভা সংগীত প্ৰতিযোগিতা- আয়োজক সাংস্কৃতিক কোষ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত শ্ৰী কৃষ্ণৰ নৃত্য প্ৰতিযোগিতা- আয়োজক সাংস্কৃতিক কোষবাৰ্ষিক সমাৰোহৰ লগত সংগতি ৰাখি অনুষ্ঠিত কুইজ প্ৰতিযোগিতা- আয়োজক তৰ্ক আৰু শিক্ষা কোষকুইজৰ মহাৰণ কাৰ্যসূচীৰ অন্তৰ্গত জ্ঞানোত্তৰণ মাহিলী ই কুইজ‌‌ প্ৰতিযোগিতা- আয়োজক তৰ্ক আৰু শিক্ষা কোষবাৰ্ষিক সমাৰোহৰ লগত সংগতি ৰাখি অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতা- আয়োজক সাহিত্য কোষউল্লিখিত প্ৰতিযোগিতাসমূহৰ উপৰিও বিভিন্ন সময়ত আয়োজিত অনলাইন চিত্ৰাংকন, ৰচনা তথা নৃত্য প্ৰতিযোগিতা।
Aliquam dolor odio, mollis sed feugiat sit amet, feugiat ut sapien. Nunc eu dignissim lorem. Suspendisse at hendrerit enim. Interdum et malesuada fames ac ante ipsum primis in faucibus. Sed condimentum semper turpis vel facilisis. Nunc vel faucibus orci. Mauris ut mauris rhoncus, efficitur nisi at, venenatis quam. Praesent egestas pretium enim sit amet finibus. Curabitur at erat molestie, tincidunt lorem eget, consequat ligula.

1

Districts

50

Volunteers

পৰিচালনা সমিতি

অংশুমান শইকীয়া

অংশুমান শইকীয়া

অধ্যক্ষ

দীপজ্যোতি কলিতা

দীপজ্যোতি কলিতা

সদস্য

Meet Our Team

Administrative Section (প্ৰশাসনিক শাখা)

জ্ঞানজ্যোতি বনিয়া

সভাপতি

স্মিতা হীৰা

সাধাৰণ সম্পাদক

ভাৰ্গবজ্যোতি বৰা

সাংস্কৃতিক সম্পাদক

অংকিতা বৰা

সাহিত্য সম্পাদক

দীপজ্যোতি বৰা

তথ্য আৰু প্ৰচাৰ সম্পাদক

কুঁহি মুদৈ

শিক্ষা সম্পাদক

Member Section

কাৰ্যনিৰ্বাহকৰ সদস্য :

সদস্য, সাহিত্য কোষ :

সদস্য, সাংস্কৃতিক কোষ :

সদস্য, তৰ্ক আৰু শিক্ষা কোষ :

Previous Exucative Bodies

ALURON MANCHA (আলোড়ন মঞ্চ)

Image

সাংস্কৃতিক সমাৰোহ ২০২৩

Image

সাংস্কৃতিক সমাৰোহ ২০২৩

Image

সাংস্কৃতিক সমাৰোহ ২০২৩

Image

সাহিত্য সপ্তাহ ২০২২